Results

Link

Copy link

২০২৬ অসম বিধানসভা নিৰ্বাচন | মাৰ্ঘেৰিটাত,এইবাৰ কোন প্ৰাৰ্থীক সমৰ্থন কৰিব?

🗳️ জনমত সমীক্ষা | ২০২৬ এই জনমত সমীক্ষাৰ উদ্দেশ্য কেৱল ৰাইজৰ মতামত বুজা। এইবাৰ সমষ্টিৰ ভোটাৰে কাক বিশ্বাস কৰিব, সেইটো জনাৰ বাবেই এই পোল আয়োজন কৰা হৈছে। শেহতীয়াকৈ কিছুমান নাম জনতাৰ মাজত অধিক আলোচনা আৰু চৰ্চাৰ বিষয় হৈ উঠিছে, বিশেষকৈ যিসকল প্ৰাৰ্থীয়ে মাটিৰ সৈতে সংযোগ ৰাখি জনতাৰ কথা আগবঢ়াই আহিছে। এই পোলৰ জৰিয়তে ৰাইজৰ স্পষ্ট মতামত প্ৰকাশ পাব বুলি আশা কৰা হৈছে। আপোনাৰ মতামত ভোট দি জনাওক। ⚠️ এইটো কোনো চৰকাৰী নিৰ্বাচনী ফলাফল নহয় — কেৱল জনমত।

Rahul Chetry
Rahul Chetry
60 votes 73.17%
Bhaskar Sharma
Bhaskar Sharma
22 votes 26.83%